ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লক উদ্বোধন ৰাউণ্ড টেবুল ইণ্ডিয়াৰ
ক্ষেত্ৰী : ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লক উদ্বোধন ৰাউণ্ড টেবুল ইণ্ডিয়াৰ। স্বেচ্ছাসেৱী সংস্থা ৰাউণ্ড টেবুল ইণ্ডিয়া চমুকৈ আৰটিআই আৰু ৰাউণ্ড টেবুল ইণ্ডিয়া ফাউণ্ডেচন চমুকৈ (আৰটিআইএফ)য়ে গুৱাহাটী মেট্ৰ ৰাউণ্ড টেবুল ৩২০, গুৱাহাটী প্ৰগ্ৰেছিভ ৰাউণ্ড টেবুল ২৩৮ ৰ সহযোগত …