চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ
মৰিয়নি : এক চাঞ্চল্যকৰ আত্মহত্যা। এজন আৰক্ষী বিষয়াৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিলে এজন আৰক্ষী বিষয়াই। যোৰহাট জিলাৰ মৰিয়নিত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত সংঘটিত হৈছে এই অঘটন। চাৰ্ভিচ …