পৌৰসভা নিৰ্বাচনকলৈ শিৱসাগৰত ৰাইজৰ দলৰ তৎপৰতা বৃদ্ধি পাইছে
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতী পাৰিক শিৱসাগৰ : সমাগত পৌৰসভা নিৰ্বাচনকলৈ ৰাজ্যত ৰাজনৈতিক দল সমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইতিমধ্যে শাসকীয় আৰু বিৰোধী দল সমূহে পৌৰসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ অভিযান। এইবাৰ শিৱসাগৰ পৌৰসভাৰ মুঠ ১৪ খন আসনকলৈ …