নেৰানেপেৰা বৰষুণে অধিক শোচনীয় কৰি তুলিছে ৰাজ্যৰ বান পৰিস্থিতি
গুৱাহাটী : নেৰানেপেৰা বৰষুণে অধিক শোচনীয় কৰি তুলিছে ৰাজ্যৰ বান পৰিস্থিতি। এফালে বানৰ তাণ্ডৱ আনফালে সংঘটিত হৈছে এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা। আগন্তক কেইবাদিনো বৰষুণৰ ধাৰা একেদৰে থাকৰ সম্ভাৱনা ব্যক্ত কৃষৰ বতৰ বিজ্ঞান কেন্দ্ৰই। ফলত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা। …