নিচাযুক্ত সামগ্ৰী সেৱন কৰিব লুটি নিলে ই-ৰিক্সা
গৰৈমাৰী : গৰৈমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ই-ৰিক্সা চালকক নিচাযুক্ত সামগ্ৰী সেৱন কৰিব লুটি নিলে ই-ৰিক্সা। দুৰ্বৃত্তই ই-ৰিক্সা চালকজনৰ মোবাইল ফোন আৰু নগদ ধনো লুটি নিলে৷ ই-ৰিক্সা চালকজন বৰ্তমানা চিকিৎসাধীন অৱস্থাত আছে। শনিবাৰে সন্ধিয়াৰ ভাগত দক্ষিণ কামৰূপৰ গৰৈমাৰীত …