মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২৫ টাকৈ ঘৰ
গুৱাহাটী : মহানগৰী গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ২৫ টাকৈ ঘৰ। এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ঘৰত প্ৰথমে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। শুকুৰবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ …