ডিব্ৰুগড়ৰ নিউ মাৰ্কেটৰ ৪০ খনকৈ দোকান ভস্মীভূত
ডিব্ৰুগড় : ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড। ডিব্ৰুগড় নগৰৰ মাজ মজিয়াত থকা নিউ মাৰ্কেটত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিউ মাৰ্কেটত থকা ৪০ খনকৈ দোকান ভস্মীভূত হয়। কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। বুধবাৰে পুৱতি নিশা ডিব্ৰুগড় নগৰৰ মাজ মজিয়াত …