বলেৰ গাড়ীৰ গোপন চেম্বাৰৰ পৰা জব্দ ৩.৫ কোটি টকাৰ হেৰ’ইন
ৰঙিয়া : বলেৰ গাড়ীৰ গোপন চেম্বাৰৰ পৰা জব্দ ৩.৫ কোটি টকাৰ হেৰ’ইন। আৰক্ষীৰ জালত দুজন ড্ৰাগছ সৰবৰাহকাৰী। এজন ড্ৰাগছ সৰবৰাহকাৰী পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ গুলীত অহাত। বলেৰ গাড়ীৰ গোপন চেম্বাৰত ৪০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। ৰাজ্যজুৰি …