নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিলে শিলচৰ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শকে
শিলচৰ : শিলচৰত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। শিলচৰত আত্মহত্যা কৰিলে এজন আৰক্ষী বিষয়াই। নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিলে শিলচৰ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শকে। থানাৰ ভিতৰতে আত্মহত্যা কৰিলে গৌৰ বিধু সিঙ নামৰ আৰক্ষী বিষয়াজনে। শিলচৰত এজন আৰক্ষী বিষয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। …