কোলোৰ্ছ ক্রাফ্ট-কোচমিক চিৰিজ মুকলি
গুৱাহাটী : উত্তৰ-পূবৰ প্ৰথমটো ইলেকট্রিকেলচ এক্সপিৰিয়েঞ্চ চেণ্টাৰ ৰাইনো ইলেকট্রিকেলছত মুকলি কৰা হয় কোলোৰ্ছ কোম্পানীৰ ক্ৰাফ্ট আৰু কোচমিকৰ চিৰিজ। পানবজাৰৰ এমএলএন ৰোডস্থিত ৰাইনো ইলেকট্রিকেলছত অনুষ্ঠিত উক্ত অনুষ্ঠানত খুচুৰা ব্যৱসায় সকলৰ এক সন্মিলনৰ আয়োজন কৰা হয়। গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ৫০ জনতকৈও …