নিচাজাতীয়া টেবলেট আৰু কফ চিৰাপসহ আটক দুজন যুৱক
জোনমণি বেমগ বিশ্বনাথ : বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুজন যুৱক। বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেট আৰু কফ চিৰাপসহ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। আটকাধীন যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ …