শিৱসাগৰ পৌৰ সভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা জালিয়তীৰ অভিযোগ
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰ নগৰৰ আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ১৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা ৩৯ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ নিৰ্বাচনী প্ৰচাৰ। কিন্তু ইয়াৰ মাজতে উঠিছে অভিযোগ আৰু প্ৰতিঅভিযোগ। দুজন বিজেপি …