ৰূপহীহাট আৰক্ষীৰ জালত চাৰিজনকৈ কুখ্যাত ডকাইত
মুজাক্কিৰ আলম ৰূপহীহাট : ৰূপহীহাট আৰক্ষীৰ জালত চাৰিজনকৈ কুখ্যাত ডকাইত। ধৃত চাৰিজন ডকাইৰ ভিতৰত এজন নকল নোট ব্যৱসায় চক্ৰৰ লগতো জড়িত। ডকাইত কেইজন ডকাইতিৰ লগতে বহু অপৰাধজনীত ঘটনাৰ লগত জড়িত। নগাঁও জিলাৰ ৰূপহীহাটত চাৰিজনকৈ কুখ্যাত ডকাইত আৰক্ষীৰ জালত পৰিছে। ৰূপহীহাট …