বিচনাখনেই সংগী এটি ৪ বছৰীয়া কণমাণিৰ
আজিজ আলী মুকালমুৱা : এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। বিচনাখনেই সংগী পৰিয়ালটোৰ এটি ৪ বছৰীয়া কণমাণিৰ। পখিলা খেদা বয়সত বিচনাখনেই সংগী হৈ পৰিছে এটি কণমাণিৰ। বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও কণমানিটোৱে কি বেমাৰত ভুগিছে সেয়াও আজিকোপতি জানিব নোৱাৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে। নলবাৰী …