বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
আজিজ আলী মুকালমুৱা: বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা। পথ দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা গৰাকী বৰঝাৰৰ গুনৱতী কলিতা বুলি চিনাক্ত। নালবাৰী জিলাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এক …