গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুল হানিফ তালুকদাৰৰ অৱসৰ গ্ৰহণ
আনিছুৰ আলী গৌৰিপুৰ ১ ফেব্ৰুৱাৰী গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুল হানিফ তালুকদাৰ অৱসৰ গ্ৰহণ কৰিলে। ১৯৮৫ চনতে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগত প্ৰবক্তাৰূপে যোগদান কৰা ড° তালুকদাৰ ২০১৮ চনত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ …