শতবৰ্ষ অতিক্ৰম কৰিলে ৰূপহীহাটৰ ৫৩৭ নং লাউগাঁও মুক্তাব বিদ্যালয়
মুস্তক আহমেদ জুৰীয়া ১৮ জানুৱাৰী ১৯২১ চনত স্থাপিত হোৱা ৰূপহীহাটৰ ৫৩৭ নং লাউগাঁও মুক্তাব বিদ্যালয়খনে চলিত ২০২১ বৰ্ষত ১০০ বছৰ সম্পূৰ্ণ কৰিলে। এই শতবাৰ্ষিকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ লগতে লাউগাঁওবাসীয়ে অতি শীঘ্ৰে বিদ্যালয়খনৰ শতবাৰ্ষিক উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়খনৰ প্ৰধান …