নিযুক্তি বৰ্ডৰ অধ্যক্ষক তদন্তৰ আওতালৈ আনাৰ দাবী এছ এফ আই-ডি ৱাই এফ আইৰ

গুৱাহাটী ২৬ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। ছাত্ৰ সংগঠন দুটাই নিযুক্তি বৰ্ডৰ অধ্যক্ষক …

ব্ৰহ্মপুত্ৰ নদীত জব্দ চোৰাং পশুধন

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ২৬ ছেপ্টেম্বৰ ব্ৰহ্মপুত্ৰ নদীত জব্দ চোৰাং পশুধন। দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰিলে গৰু। আটক এজন গৰু সৰবৰাহকাৰী। পুনৰবাৰ দক্ষিণ শালমাৰাত পশুধন জব্দ। শুকুৰবাৰে নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই …

প্ৰশ্নকাকত ফাদিল কাণ্ড : গ্ৰেপ্তাৰ হ’ল কুলদ্বীপ ৰাজবংশী

নলবাৰী ২৬ ছেপ্টেম্বৰ গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত আটকাধীন যুৱক কুলদ্বীপ ৰাজবংশী। বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কুলদ্বীপ ৰাজবংশীক। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত …

শিৱসাগৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৬ ছেপ্টেম্বৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত আৰু আৰক্ষী নিয়োগ পৰীক্ষাত হোৱা কেলেংকাৰী উচিত তদন্তৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত বীৰ লাচিত সেনাই কেন্দ্ৰীয় চৰকাৰে যি …

কৃষি বিধেয়কৰ বিৰুদ্ধে শনিবাৰেও উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক ২৬ ছেপ্টেম্বৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে শনিবাৰেও ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ। ঠায়ে ঠায়ে কৃষি বিধেয়কৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাতিমূৰ্তি। বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰোধিতা কৰি দেশৰ কেইবাটাও কৃষক সংগঠনে …

জোঁৱায়ে হত্যা কৰিলে শহুৰেকক

গোৱালপাৰা ২৬ ছেপ্টেম্বৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত সংঘটিত হৈছে এক হত্যাকাণ্ড। জোঁৱায়ে হত্যা কৰিলে শহুৰেকক। হত্যাকাৰী জোঁৱায়েকৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত অন্য এহৰাকী মহিলা। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত মফিজুল হক নামৰ এজন লোকে নিজ শহুৰক হত্যা কৰাকলৈ সমগ্ৰ অঞ্চলটোত …

বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু

গুৱাহাটী ২৬ ছেপ্টেম্বৰ বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি কৰুণ মৃত্যুক সাৱতিলে দুই বন্যহস্তীয়ে। বাঁহ গছ খাই থাকোতে সংঘটিত হয় এই ঘটনা। মহানগৰী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীয়ে …

কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নিউজ ডেস্ক ২৫ ছেপ্টেম্বৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বিধেয়কৰখনক কৃষি বিৰোধী আখ্যা দি আছুৱে ঠায়ে ঠায়ে দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপি। আছুৰ সমান্তৰালে অন্যান্য দল-সংগঠনেও বিলখনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। বিজেপি …

কভিড-১৯ প্ৰটকল মানি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বি পি এফৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ২৫ ছেপ্টেম্বৰ কভিড-১৯ প্ৰটকল মানি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বি পি এফৰ। বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাইগাঁও মহকুমাধিপতি কার্যলয়ৰ সন্মুখত বিপিএফৰ উত্তাল প্ৰতিবাদ। ৰাজ্যিক নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান। কভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য …

কৰ’ণাত আক্রান্ত হৈ গায়ক এছ পি বালাসুব্ৰমণিয়ামৰ নিধন

নিউজ ডেস্ক ২৫ ছেপ্টেম্বৰ কৰ’ণাত আক্রান্ত হৈ বিখ্যাত গায়ক এছ পি বালাসুব্ৰমণিয়ামৰ নিধন। চিন্নাইৰ এক ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিখ্যাত গায়ক গৰাকীয়ে। দুমাহ পূৰ্বৰ কৰ’ণাত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল গায়ক এছ পি বালাসুব্ৰমণিয়াম। দক্ষিণ ভাৰতীয় ছবিৰ …