নিজৰ মুনাফা আদায় নহ’লে উন্নয়ন নহয়
ৰঙিয়া ২৯ অক্টোবৰ নিজৰ মুনাফা আদায় নহ’লে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই। মুনাফা আদায় নোহোৱা বাবেই এখন জৰাজীৰ্ণ দলং পকীকৰণৰ ক্ষেত্ৰত বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ …