শাসনাধীস্ত বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ
পলাশবাৰী ২০ অক্টোবৰ শাসনাধীস্ত বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ। আগন্তুক ২০২১ বর্ষৰ নিৰ্বাচনত বিজেপিৰ সংগ এৰিব ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে শাসনাধীস্ত …