শিৱসাগৰৰ ৰাজপথত পি পি ই কিট পিন্ধি ঘূৰি ফুৰিছে মানসিকভাৱে অসুস্থ ব্যক্তি
আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৯ ছেপ্টেম্বৰ শিৱসাগৰত ভয়ংকৰ কাণ্ড৷ কভিড চিকিৎসাত ব্যৱহৃত পি পি ই কিট পিন্ধি ৰাজপথত বিচৰণ মানসিকভাৱে অসুস্থ ব্যক্তিৰ৷ শিৱসাগৰ চহৰৰ পৰিবহণ নিগম তিনিআলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বুধবাৰে পুৱাৰ ভাগত ব্যস্ত ৰাজপথৰ …