ৰাজ্যৰ বান সমস্যা প্ৰতিৰোধ আৰু বান সাহায্য প্ৰদানৰ নামত বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি দিছে : কংগ্ৰেছ
গুৱাহাটী ৩ আগষ্ট কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যাৰ সমাধান আৰু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত বিজেপি …