মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বৰপেটা জিলাত বান-গৰাখহনীয়া পৰিদৰ্শন

বৰপেটা ২০ জুলাই সাম্প্ৰতিক বান ও গৰাখহনীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে অন্যান্য কেবাটাও কাৰ্যসূচী লৈ সোমবাৰে বৰপেটা জিলা ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। পুৱাৰ ভাগত বৰপেটা জিলাৰ গহীনপাৰাত …

বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী ২০ জুলাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক শাসনাধীস্থ ৰাজ্য চৰকাৰে কাৰাৰূদ্ধ কৰি ৰখা, কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া বান সাহাৰ্য আৰু বান ব্যৱস্থাপনা পুঁজি দীৰ্ঘদিন ধৰি মোকলাই নিদিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাবিক মূল্যবৃদ্ধি আৰু ক’ভিড-১৯ ৰ নামত ৰাজ্য চৰকাৰে …

ডঃ দিব্যজ্যোতি শইকীয়ালৈ ‘এক্সচেলেণ্ট হিউমেনিটি পিচ এৱাৰ্ড ২০২০’

গুৱাহাটী ২০ জুলাই শান্তি আৰু মানৱতাৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়ালৈ ‘এক্সচেলেণ্ট হিউমেনিটি পিচ এৱাৰ্ড ২০২০’ বিশ্ব প্ৰসিদ্ধ আফ্ৰিকাৰ সংগ্ৰামী সত্তা শান্তিৰ অন্যতম দূত, মানৱতাৰ প্ৰতীক তথা আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলশ্যন মেণ্ডেলাৰ জন্ম দিন উপলক্ষে ১৮ …

বৰক্ষেত্ৰীত বান পৰিস্থিতি বুজ ল’লে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আঞ্চলিক গণ মৰ্চাৰ সজাতি দল

আজিজ আলী মুকালমুৱা ‌  ১৯ জুলাই নলবাৰী জিলাৰ বৰক্ষেত্ৰীত বান পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত নতুনকৈ জন্মলাভ কৰা আঞ্চলিক গণ মৰ্চাৰ সজাতি দল। বৰক্ষেত্ৰীৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰে সজাতি দলটিয়ে। প্ৰতিকুল বতৰকো নেওচি সজাতি দলটিয়ে …

পৰ্বতঝোৰা এবিআমছুৰ ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীক বহিস্কাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

আনিছুৰ আলী গৌৰীপুৰ ১৯ জুলাই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝোৰাৰ এবিআমছুৰ ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীক বহিস্কাৰ কৰাৰ দাবীত পৰ্বতঝোৰাত উওপ্ত পৰিস্থিতি । ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলী বিভিন্নজনৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপিত কৰি ব্যহিস্কাৰ দাবী। বি টি এ ডিৰ কোকৰাঝাৰ …

ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

যতীন নাথ ওদালগুৰি  ১৯ জুলাই ওদালগুৰি জিলাত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। হৰিশিঙা থানাৰ অন্তৰ্গত ২ নং ঘাগ্ৰাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ হয় এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। …

ঘৰৰ পদূলিতে ফলা বাঁহেৰে মৰিয়াই হত্যা এজনক

কুন্দন ভৰালী নগাঁও ১৯ জুলাই ঘৰৰ পদূলিতে ফলা বাঁহেৰে মৰিয়াই হত্যা এজনক। উমাচৰণ হাজৰিকা নামৰ লোক জনক তিনি দুৰ্বৃত্তই মৰিয়াই হত্যা কৰি পেলাই থৈ গল ঘৰৰ পদূলিত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে আটক কৰিছে এজন অভিযুক্ত। পলায়ন কৰিলে দুই …

লাওখোৱা অভয়াৰণ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ : পুনৰ উদ্ধাৰ বহুতো বন্যপ্ৰাণী

শিবেন্দু বৰা জুৰীয়া ১৮ জুলাই লাওখোৱা অভয়াৰণ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ। বাঢ়নী পানীত সম্পূৰ্ণ ৰূপে ডুব যোৱা অভয়াৰণ্যখনৰ বন্যপ্ৰাণী সমূহ চলাই গৈছে নিৰাপদ স্থানৰ সন্ধান। প্ৰতিদিনে বন বিভাগে বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিছে বহু বন্যপ্ৰাণী। উজনিৰ পৰা …

ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰ কাৰ্য আৰু ইয়াৰ আনুষংগিক দিশ সমূহৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী ১৮জুলাই চৰকাৰ প্ৰশাসনৰ ছত্রছায়াত বন ধ্বংস,গৰু ছিণ্ডিকেটকে আদি কৰি একাংশ দুষ্কার্যৰ স্বৰূপ উদঙাই দিয়াৰ বাবে ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে ৰাতি ২ বজাত ঘৰৰ পৰা অতি বৰ্বৰভাৱে যেনেদৰে গ্ৰেপ্তাৰ কৰি আনিলে সি গণতন্ত্রৰ চতুর্থ স্তম্ভৰ প্ৰতি চৰম ভাবুকি। …

৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিতৰণ কৰাৰ হ’ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ গ্ৰন্থ

কুন্দন ভৰালী নগাঁও ১৮ জুলাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিব ‘ক্ৰান্তিকাল’ প্ৰকাশনে। ‘ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী’ আৰু ‘অজন্তা প্ৰেছে’ লক ডাউনৰ মাজতো গ্ৰন্থখনৰ ৫০ হাজাৰ কপি প্ৰকাশৰ কামত ব্যস্ত। অসমীয়া ভাষা-সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান …