তিনি গৰাকী কৰ্কট ৰোগী, এগৰাকী হৃদয় ৰোগত আক্রান্ত কিশোৰী আৰু তিনি গৰাকী কৰ্কট ৰোগীৰ আত্মীয় কৰ’ণা ভাইৰাছত আক্রান্ত
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : ৰাজ্যত আৰু ৭ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মুম্বাইৰ পৰা দুদিন পূৰ্বে অসমলৈ অহা কৰ্কট ৰোগী এইবাৰ আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। আক্রান্ত লোক সকলৰ ভিতৰত তিনি গৰাকী কৰ্কট ৰোগী, এগৰাকী …