লক ডাউনৰ সুযোগ লৈ নিশা ‘ঝা’ ভাতৃৰ সোণ আৰু নগদ ধন সৰবৰাহ অভিযান

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে অব্যাহত আছে লক ডাউন। লক ডাউনৰ সুযোগ লৈ নিশাৰ আন্ধাৰত সোণ আৰু নগদ ধন সৰবৰাহ অভিযান নামিল দুই ভাতৃ। ফটাশিল আৰক্ষীৰ চকু পৰিল দুই ভাতৃৰ ওপৰত, বৰ্তমান ৰঙা ঘৰৰ আলহী …

বঙাইগাঁও জিলাৰ পৰা আহিছে বেয়া খবৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : বঙাইগাঁও জিলাৰ পৰা আহিছে বেয়া খবৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰিলে এই বেয়া খবৰ। জিলাখনত বৃহস্পতিবাৰে একেগলে চাৰিজনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰীয়ে টুইট যোগে সদৰি কৰিলে …

ইৰফান খানৰ মৃত্যুৰ শোকৰ ছাঁৰ মাজতে মৃত্যু ঘটিল অন্য এগৰাকী বিশিষ্ট অভেনেতাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : বুধবাৰে বিশিষ্ট অভিনেতা ইৰফান খানৰ মৃত্যুৰ শোকৰ ছাঁৰ মাজতে বৃহস্পতিবাৰে মৃত্যু ঘটিল অন্য এগৰাকী বিশিষ্ট অভেনেতাৰ। কপুৰ পৰিয়ালৰ এইগৰাকী বিশিষ্ট অভিনেতাৰ মৃত্যুৰ খবৰত চকু সেমেকিছে বলিউডৰ ৰথী-মহাৰথীৰ। বলিউডৰ মহানায়ক অমিতাভ বচ্চনে প্ৰকাশ কৰিলে …

প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দেখুৱালে এজন খেতিয়কে

দৰং, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : দৰং জিলাৰ ধূলাত এজন খেতিয়কে দেখুৱালে প্ৰকৃতিপ্ৰেমৰ নিৰ্দশন। খেতি পথাৰত ২০ কেজি ওজনৰ কাছ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিলে খেতিয়কজনে। খতিয়াক শুকুৰ আলীৰ প্ৰকৃতিপ্ৰেমৰ শলাগ লৈছে সকলোৱে। কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে দেশজুৰি লক …

অভিনেতা ইৰফান খানৰ মৃত্যু

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : হিন্দী ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু জনপ্ৰিয় অভিনেতা গৰাকীৰ। নিউৰোএণ্ড’ক্ৰাইন টিউমাৰত আক্রান্ত আছিল অভিনেতা ইৰফান খান। বুধবাৰে পুৱাৰ ভাগত জনপ্ৰিয় অভিনেতা ইৰফান …

আগন্তুক ৫ দিনলৈ উত্তৰ পূবৰ বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহা- বতাহ আৰু বৰষুণৰ সম্ভাৱণা

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিল : আগন্তুক ৫ দিনলৈ উত্তৰ পূবৰ বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহা- ₹বতাহ আৰু বৰষুণ অহাৰ সম্ভাৱণা। গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে উত্তৰ পূবত প্ৰৱল ধুমুহা-বতাহ আৰু বৰষুণৰ সম্ভাৱণা। বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে …

১৬ বছৰীয়া কিশোৰীৰ শৰীৰত কভিড-১৯

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিল: ৰাজ্যত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। বঙাইগাঁও জিলাৰ শালমাৰাৰ এগৰাকী ১৬ বছৰীয়ে কিশোৰী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ …

লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : দেশজুৰি লকডাউন অব্যাহত থকাৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গ্ৰীণ আৰু অ’ৰেঞ্জ জ’নত থকা জিলাসমূহৰ গ্ৰামাঞ্চলত থকা দোকান সমূহ মঙলবাৰৰ পৰা খুলিব পাৰিব যদিও ৰে’ড জ’নত থকা …

নলবাৰীৰ বিশিষ্ট ব্যৱসায়ী দিলীপ কুমাৰ দাসৰ মহানুভৱতা

নলবাৰী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : চৰকাৰে ৰে’ড জ’ন হিচাপে ঘোষণা কৰা নলবাৰী জিলাৰ এজন বিশিষ্ট ব্যৱসায়ী দিলীপ কুমাৰ দাসৰ মহানুভৱতা। লকডাউনৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি ব্যৱসায়ীজনে দেখুৱালে মহানুভৱতা। কভিড-১৯ কৰ’ণা ভাইৰাছক লৈ …

মহানগৰী গুৱাহাটীৰ চান্দমাৰীস্থিত মিলন নগৰ মছজিদ ছীল কৰিলে প্ৰশাসনে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : মহানগৰী গুৱাহাটীৰ দ্বিতীয়টো মছজিদ ছীল কৰিলে প্ৰশাসনে। সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ছীল কৰে চান্দমাৰীস্থিত ২ নং মিলন নগৰ মছজিদ। আঠগাঁও কবৰস্থান মছজিদৰ পিছত ১৬ দিনৰ বাবে প্ৰশাসনে ছীল কৰিলে ২ নং মিলন নগৰ …