আশাৰীকান্দিৰ মৃৎ শিল্পী সকলকৰ মাজত হাহাকাৰ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ১৯ জুন : সমগ্ৰ বিশ্বতে মৃৎ শিল্পৰ বাবে বিখ্যাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁও। অসমৰ কুটীৰ উদ্যোগৰ লগতে পৰ্যটন উদ্যোগত আশাৰীকান্দি গাঁৱৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। দেশ-বিদেশত অসমৰ মৃৎ শিল্পীক চিনাকি কৰাই দিয়া …

ওদালগুৰিত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি

ৰৌতাৰ পৰা মহেন্দ্ৰ ভেটুৱাল, সংবাদ ৩৬৫, ১৮ জুন : ওদালগুৰি জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। জিলাখনৰ ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰত বৃহস্পতিবাৰে নতুনকৈ ৩ জন লোকৰ শৰীৰত ধৰা পৰিল কৰ’ণা ভাইৰাছৰ উপস্থিতি। নতুনকৈ ৩ জন লোকৰ …

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

জুৰীয়াৰ পৰা শিবেন্দু বৰা, সংবাদ ৩৬৫, ১৭ জুন : লাওখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। বন বিভাগে অভিযান কালত ২০খনৰো অধিক চোৰাং মাছ মৰীয়াৰ নাওঁ নষ্ট কৰাৰ লগতে জব্দ কৰে বহু সংখ্যক মাছ মৰা জাল। নগাঁও জিলাৰ …

বাঘজানৰ আশ্ৰয় শিবিৰত ‘আজমল ফাউণ্ডেশ্যন’ৰ সাহায্য প্ৰদান

তিনিচুকীয়াৰ পৰা প্ৰশান্ত সাহা, সংবাদ ৩৬৫, ১৬ জুন : বাঘজান তৈল খাদ্ত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ ফলত ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা লোক সকলৰ কাষত থিয় দিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান …

পৰ্বতঝোৰাত ইউ পি পি এল দলৰ খহনীয়া

কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ১৬ জুন : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা ইউ পি পি এল দলৰ জিলা সভাপতি উত্তম হাজয়াৰীৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ শান্তিপূৰ অঞ্চলৰ পাঁচ শতাধিক দলীয় কৰ্মী। দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থীক বি টি চি পৰিষদীয় …

২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত বৰ্তমানৰ পেট্ৰ’ল, ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ দাবী ২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত বৰ্তমানৰ পেট্ৰ’ল, ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ। ২০০৪ চনৰ আগষ্ট মাহত আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ৪০ ডলাৰ আৰু …

বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে চিৰাংত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

চিৰাং, সংবাদ ৩৬৫, ১৫ জুন : চিৰাংত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে চিৰাং জিলাত গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মাটিত পুতি থোৱা এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে সেনা বাহিনী, অসম আৰক্ষী, …

দক্ষিন কামৰূপৰ সোণতলীৰ ডেকাচাঙত অসম মিঞা অসমীয়া পৰিষদৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ১৫ জুন : সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম মিঞা অসমীয়া পৰিষদে। সোমাবাৰে দক্ষিন কামৰূপৰ সোণতলীৰ ডেকাচাংস্থিত ড০ এ পি জে আব্দুল কালাম‌‌ একাডেমিত আয়োজন …

আত্মহত্যা কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : হিন্দী ছবি জগতৰ পৰা আহিছে পুনৰ এক দুখজনক খবৰ। জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে। অভিনেতা গৰাকীয়ে চিপলৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এটাৰ পিছত আনটো বেয়া …

বৰহাট পানবাৰীত অবাধ গতিত অবৈধ শিলখনন

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৪ জুন : চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত পানবাৰী খণ্ড বন কাৰ্যলয়ৰ সমীপৰ পানবাৰীৰ দিচাং নদীত অবাধ গতিত অবৈধ ভাবে শিলৰ খনন কাৰ্য অব্যাহত আছে। অবৈধ শিলখননৰ ফলত অচিৰেই পানবাৰী প্ৰাথমিক …