মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সাংবাদিক কোৱাৰানটানলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কেইবাজনো সাংবাদিক কোৱাৰানটানলৈ গৈছে। কৰুণা ভাইৰাছ আক্রান্ত ব্যক্তিৰ সংস্পর্শলৈ অহাৰ বাবে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো সাংবাদিক কোৱাৰানটানলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে। লাহৰীঘাট মডেল হাস্পাতালৰ কোৱাৰানটান …

ভাৰতলৈ চীনে যোগান ধৰা ৫০ হাজাৰ পি পি ই কিট ছেফটী টেষ্টত বিফল

নিউজ ডেস্ক, সংবাদ ৩৫৪, ১৬ এপ্ৰিল : মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ উৎপত্তিকেন্দ্ৰ চীনে ভাৰতৰ লগত কৰিছে প্ৰতাৰণা। চীনে ভাৰতলৈ যোগান ধৰিছে অতি নিম্ন মানৰ পি পি ই কিট। চীনে ভাৰতলৈ যোগান ধৰা ১ লাখ ৭০ হাজাৰ পি পি ই কিটৰ …

তলাবন্ধৰ মাজতে গোৱালপাৰাত বনৰীয়া হাতীৰ আক্রান্ত নিহত দুটি শিশু

গোৱালপাৰা, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : সমগ্ৰ বিশ্বতে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে গোৱালপাৰাত বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস। বৃহস্পতিবাৰে পুৱতি নিশা জিলাখনৰ হাডলাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ দুটি শিশু। নিহত শিশু দুটিৰ মাতৃও বনৰীয়া হাতীৰ …

এজনৰ মৃত্যু পিছত মেঘালয়ত পুনৰ ছয় জনৰ শৰীৰত কভিড-১৯

মেঘালয়, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত বুধবাৰে মেঘালয়ত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যখনত ছয় জনকৈ ব্যক্তিৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ টুইট যোগে মেঘালয়ত ছয় জনকৈ ব্যক্তি কভিড-১৯ কৰ’ণা …

কৰ’ণা আক্রান্ত মেঘালয়ৰ বেথনী হস্পিতালৰ চিকিৎসকৰ মৃত্যু

মেঘালয়, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : মেঘালয়ৰ কবিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত প্ৰথম গৰাকী ৰোগীৰ মৃত্যু। মেঘালয়ৰ বেথনী হস্পিতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক গৰাকীৰ বুধবাৰে মৃত্যু ঘটে। ৬৯ বছৰীয়া ডাঃ জন এল ছাইলো ৰিণ্টাথিয়াঙ নামৰ চিকিৎসক গৰাকী মেঘালয়ৰ প্ৰথম গৰাকী কভিড-১৯ …

মেঘালয়ত এজন লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ পিছতে মেঘালয়ত জাৰি কৰা হ’ল সান্ধ্য আইন

মেঘালয়, সংবাদ ৩৬৫, ১৪ এপ্ৰিল: উত্তৰ পূৱৰ মেঘালয়ত ১৪ এপ্ৰিলৰ পৰা জাৰি কৰা হৈছে ৪৮ ঘন্টীয়া সান্ধ্য আইন। মেঘালয়ৰ বেথনী হস্পিতালৰ এজন ডাক্তৰৰ দেহত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰাৰ পিছতে ৰাজ্যখনত জাৰি কৰা হৈছে সান্ধ্য আইন। অত্যাৱশ্যকীয় সামগ্ৰীৰ …

সোমবাৰে নিশাৰ ভাগত ৩১ জনলৈ বৃদ্ধি হ’ল অসমত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : সোমবাৰে নিশাৰ ভাগত ৩১ জনলৈ বৃদ্ধি পালে অসমত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে দিনৰ ভাগত অসমৰ ধুবুৰী জিলাত এজন লোকৰ শৰীৰত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰাৰ পিছতে নিশাৰ ভাগত পুনৰ গোৱালপাৰা …

পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই লকডাউন অব্যাহত থকালৈকে দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰি যাব খাদ্য সামগ্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : ৰঙালী বিহুৰ দিনাই মহানগৰীৰ পিংকি ভট্ট আৰু প্ৰবোধ ভট্ট নামৰ স্বামী-স্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে লকডাউন অব্যাহত থকালৈকে দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত বিতৰণ কৰি যাব খাদ্য সামগ্ৰী। ২৮ মাৰ্চৰ পৰা ১৩ এপ্ৰিল পৰ্যন্ত ৩ হাজাৰ …

৩০ জনলৈ বৃদ্ধি পালে অসমত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল: উত্তৰ পূৱৰ ৩৬ জনকৈ লোক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ সময়তে অসমত ৩০ জনলৈ বৃদ্ধি পালে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে অসমৰ ধুবুৰী জিলাত পুনৰ এজন লোকৰ দেহত মাৰাত্মক কভিড-১৯ …

সোমবাৰৰ পৰা ৰাজ্যত খুলিব সুৰাৰ বিপনীসমূহ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল: সোমবাৰৰ পৰা ৰাজ্যত খুলি দিয়া হ’ব সুৰাৰ বিপনীসমূহ।১৩ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা অসমত সুৰাৰ বিপনীসমূহ খোলাৰ বাবে নিৰ্দেশ জাৰি কৰিছে আবকাৰী বিভাগে।প্ৰশাসনৰ সম্পূৰ্ণ নীতি নিয়ম আৰু সামাজিক দূৰত্ব ৰক্ষা কৰি পুৱা ১০ বজাৰ পৰা সন্ধিয়া …