ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলৰ খাদ্য সামগ্ৰী বিতৰণ
গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিল : মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁওস্থিত ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলৰ ফালৰ পৰা দুখীয়া শ্ৰেণীৰ ৰাইজক খাদ্য সামগ্ৰী বিতৰণ। ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলে দৰমহাৰ ধনেৰে অৰ্ধ শতাধিক পৰিয়ালৰ মাজত বিৱৰণ কৰিলে খাদ্য …