ৱেব ছিৰিজত অভিনয় কৰিব প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা যুৱৰাজ সিঙ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: অসমৰ ড্ৰীম হাউছ প্ৰডাকশ্যন নিবেদিত ৱেব ছিৰিজত অভিনয় কৰিব প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙ। অসমৰ প্ৰডাকশ্যন হাউছৰ লগত অভিনয়ৰ ইনিংছ আৰম্ভ কৰিব ২০১১ আই চি চি ক্ৰিকেট বিশ্বকাপৰ মেন অফ দা টুৰ্ণামেণ্ট লাভ কৰা …

উচ্ছেদিত পৰিয়ালক বিনামূলীয়াকৈ ভূমি প্ৰদান দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ : গৃহ নিৰ্মাণত ব্যস্ত দুই শতাধিক পৰিয়াল

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু ন্যায়িক আদালতৰ কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ উদ্দেশ্যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সমীপৰ মাতিনেৰ চৰ গাৱঁৰ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা দুই শতাধিক পৰিয়ালক উচ্ছেদ কৰাৰ পিছত পুনৰ …

মানকাচৰৰ বেতবাৰী চৰত ৯০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বেতবাৰী চৰত ৯০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ। আফিং খেতিৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে চলোৱা অভিযানত নষ্ট কৰা হয় কেইবাকোটি টকা মূল্যৰ আফিং খেতি। সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক বি জি …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ অনুৰ্ধ ৬ৰ খিতাপ মন্টফ’ৰ্টৰ অনুৰ্ধ ৮ৰ খিতাপ নিশ্চিত কৰিলে জিচিএফচিয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: মন্টফ’ৰ্ট টাইগাৰ্ছে গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অনুৰ্ধ ৬ৰ খিতাপ দখল কৰে৷ দেওবাৰে জিজিবিএলৰ দ্বাদশ মেচ ডে’ত মন্টফ’ৰ্টে মুঠ ৩৬ পইন্টেৰে তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰি খিতাপ দখল কৰে৷ জিটিচি ৰাইনোজে দ্বিতীয় আৰু …

প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী : ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ঢেকীয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি হাবুল চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে ঢেকীয়াজুলিৰ প্ৰাক্তন …

চুপাৰি ভৰ্তি গাড়ীৰ পৰা ওলাল নাহৰফুটুকী বাঘৰ পোৱালি

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰী : ফকীৰগঞ্জত শনিবাৰে পুৱাৰ ভাগত এখন চুপাৰি ভৰ্তি গাড়ীৰ পৰা ওলাল নাহৰফুটুকী বাঘৰ পোৱালি। পিক আপ ভেন এখনৰ পৰা চুপাৰি নমাই থকা অৱস্থাত ৰাইজে গাড়ীৰ ভিতৰত প্ৰত্যক্ষ কৰে নাহৰফুটুকী বাঘৰ পোৱালিটো। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ …

অসম বিধান সভাৰ বাজেট অধিৱেশন : ২ মাৰ্চৰ পৰা ৪ মার্চত ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেট উপস্থাপন

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: অহা ২ মাৰ্চৰ পৰা চতুৰ্দশ অসম বিধান সভাৰ ২০২০ চনৰ বাজেট অধিৱেশন আৰম্ভ হব। ২ মাৰ্চৰ পুৱা চৰকাৰী কার্যসূচীত অধ্যক্ষই বিধান সভাৰ ২০২০ চনৰ বাজেট অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব। অধ্যক্ষই …

গুৱাহাটীত অনুষ্ঠিত ‘যুৱ সংবাদ’ত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপত মিলিত হ’ল কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পখৰিয়াল : ‘নিশাংক’ উদ্বেগবিহীন শিক্ষাৰ ওপৰত গুৰুত্ব কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ

‘‘শিক্ষাৰ্থীসকলেই হ’ল ৰাষ্ট্ৰৰ যোদ্ধা’’-কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘যুৱ সংবাদ’ শীৰ্ষক এক অনুষ্ঠানত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই …

দুঃসাহসিক যাত্ৰাৰ বাবে বজাৰলৈ আহিছে কে টি এম এডভেঞ্চাৰ ৩৯০

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী : দুঃসাহসিক যাত্ৰাৰ প্ৰতি আগ্ৰহী সকলৰ বাবে কে টি এমে বজাৰলৈ আনিছে নতুন বাইক। বিশ্বৰ আগশাৰীৰ বাইক নিৰ্মাতা কোম্পানীটোৱে দুঃসাহসিক যাত্ৰাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে এডভেঞ্চাৰ ৩৯০ নামেৰে নতুন মডেল। বৰ্তমান যুৱপ্ৰজন্মৰ পচন্দৰ বাইক সমূহৰ …

আজি উন্মোচন কৰা হ’ব পুলৱামাৰ শ্বহীদ সকলৰ স্মাৰক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চি আৰ পি এফ জোৱানৰ স্মৃতিত আজি উন্মোচন কৰা হ’ব স্মাৰক। লেথপুৰা কেম্পত পুলৱামাৰ শ্বহীদ সকলৰ স্মৃতিত নির্মাণ কৰা স্মাৰক উন্মোচন কৰা হ’ব। ২০১৯ বর্ষৰ …