অসম আৰোগ্য নিধিৰ পুঁজিলৈ বুঢ়া জামে মছজিদ কমিটিৰ অনুদান

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : সমগ্র বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু অসমত যদি কোনো ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে আক্রান্ত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰে জৰুৰী ভিত্তিত গঠন কৰা ‘অসম আৰোগ্য নিধি’ৰ …

তলাবন্ধ : কি খাইছে নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকল

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : বিশ্বৰ কেওবাখনো দেশৰ লগতে ভাৰততো কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তলাবন্ধ। দেশজুৰি তলাবন্ধৰ এই সময়ত মানুহৰ লগতে সমস্যাৰ সন্মুখীন হৈ মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহ। মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহৰ ভিতৰত অন্যতম হৈছে …

তলাবন্ধৰ সময়ত দুখীয়া-দিন হাজিৰ কৰা লোকৰ কাষত এজন অধিবক্তা

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ : দুখীয়া, দিন হাজিৰ কৰি জীৱন নিৰ্বাহ কৰা লোকৰ কাষত থিয় দিছে দক্ষিণ শালমাৰাৰ এজন যুৱক। তলাবন্ধৰ সময়ত জিলাখনৰ দুখীয়া, দিন হাজিৰ কৰা লোক সকলক সকলো ধৰণৰ অত্যাৱশ্যকীয় সমগ্ৰী যোগ ধৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ …

তলাবন্ধই বন্যপ্ৰাণী সমূহক কিছু সকাহ প্ৰদান কৰিছে

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : বিশ্বৰ কেইবাখনো দেশত তলাবন্ধ কাৰ্যসূচী। ভাৰতবৰ্ষও যোৱা ২৪ মাৰ্চৰ পৰা পালন কৰিছে তলাবন্ধ কাৰ্যসূচী। তলাবন্ধৰ ফলত এফালে গৃহবন্দী হৈ অস্বস্তিত ভুগিছে মানৱ সমাজ, আনফালে এই তলাবন্ধুই বন্যপ্ৰাণী সমূহক প্ৰদান কৰিছে কিছু সকাহ। মানুহৰ দখলত …

তলাবন্ধৰ সময়ত বিজেপি নেত্ৰীৰ ঘৰত সুৰাৰ আড্ডা

শিৱসাগৰ, সংবাদ ৩৬৫, ২৯ মাৰ্চ : বিশ্বজুৰি কভিড-১৯ কৰ’ণাৰ আতংক। বিশ্বৰ কেইবাখনো দেশত তলাবন্ধ। ভাৰততো সমগ্ৰ দেশবাসী যুদ্ধ অব্যাহত ৰাখিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে। ইয়াৰ মাজতে কিছুমান এনে ব্যক্তি আছে যিসকলৰ বাবে কভিড-১৯ কৰ’ণা ভাইৰাছক ভয় কৰিব লগৰ কোনো কাৰণ …

মাৰাত্মক কৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে ৰে’ল বিভাগ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰত চৰকাৰৰ সমান্তৰালে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তৎপৰ গতিৰে কৰ’ণা ভাইৰাছ ৰোধৰ বাবে সম্ভৱ সকলো চেষ্টা চলাই থকাৰ মাজতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ …

মানৱ জাতিৰ বাধ্যতাই পক্ষীকুলৰ বাবে মুকলি কৰিলে দীঘলীপুখুৰী দুৱাৰ

গুৱাহাটীৰ পৰা ৰুবী নাথ, সংবাদ ৩৬৫, ২৮ মাৰ্চ : সমগ্ৰ বিশ্বতে এতিয়া এক আতংকৰ পৰিবেশ। কভিড-১৯ কৰ’ণা ভাইৰাছ স্তব্ধ কৰিছে ৰাখিছে সমগ্ৰ বিশ্বক। চকুৰে মানিব নোৱাৰা এক ক্ষুদ্ৰ ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকাত মানৱ জাতিৰ বাবে বন্ধ হৈ পৰিছে …

তলা বন্ধৰ ফলত জীয়াতু ভুগি থকা ৰাইজলৈ সাহাৰ্য্য প্ৰদান শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ: তলা বন্ধৰ ফলত খাদ্য সংকটত পৰি জীয়াটু ভুগি থকা ৰাইজৰ কাষত থিয় দিলে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থা। শুকুৰবাৰে তলা বন্ধৰ তৃতীয় দিনা ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাই। কভিড-১৯ কৰ’ণা ভাইৰাছৰ …

চীনক চেৰ পেলাই আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হ’ল মাৰাত্মক কৰ’ণা ভাইৰাছত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ মাৰ্চ: সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে শক্তিশালী আমেৰিকাত। চীনক পিছ পেলাই এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হ’ল কৰ’ণা ভাইৰাছত।আমেৰিকাত ৮৫,৫৯৪ জন লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে …

দেশত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ মাৰ্চ : কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত সংখ্যা বৃদ্ধি পাইছে দেশত। বৰ্তমানলৈকে ৭২৪ গৰাকী লোক ভাৰতবৰ্ষত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্ৰান্তৰ লগতে মৃত্যু সংখ্যাও বৃদ্ধি পাই ১৭ হৈছে। সমগ্ৰ বিশ্বত ৫ লাখতকৈও অধিক লোক কভিড-১৯ …