বৰহাটত কৰ’ণা যোদ্ধা সকলক সম্বৰ্ধনা জিলা কংগ্ৰেছৰ
চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁহাই, সংবাদ ৩৬৫, ২৩ মে’ : চৰাইদেউ জিলাৰ বৰহাটত কৰ’ণা যোদ্ধা সকলক সম্বৰ্ধনা জিলা কংগ্ৰেছৰ। কৰ’ণা ভাইৰাছ বিৰোধী অৱদানৰ বাবে জিলাখনৰ সাংবাদিক, আৰক্ষী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনালে চৰাইদেউ জিলা কংগ্ৰেছে। বিশ্বজুৰি সন্ত্ৰাসৰ চলাই থকা মহামাৰী …