৪৩ সংখ্যক বাৰ্ষিক মাঘ বিহু পুষুৰা মেলাৰ লাই খুঁটা স্থাপন

বৰপেটা, সংবাদ ৩৬৫, ৫ জানুৱাৰী : মেধিৰটাৰী আঞ্চলিক মাঘ বিহু উদযাপন সমিতিৰ উদ্যোগত ৪৩ সংখ্যক বাৰ্ষিক মাঘ বিহু পুষুৰা মেলাৰ লাই খুঁটা স্থাপন কৰা হয়। স্থাপন কৰে অৱসৰপ্ৰাপ্ত পৰিদৰ্শক ভূপেন্দ্ৰ নাথ তালুকদাৰে। নৱবৰ্ষৰ ১৩ ৰ পৰা ১৯ জানুৱাৰীলৈ উদযাপন মেলাখন। …

আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইৰাণৰ : উৰুৱালে ৰঙা পতাকা

ইণ্টাৰনেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ৫ জানুৱাৰী : ইৰাণে কৌমস্থিত মছজিদত উৰুৱালে ৰঙা পতাকা । ছিয়া সম্প্ৰদায়ত ৰঙা পতাকাৰ অৰ্থ হৈছে প্ৰতিশোধ বা যুদ্ধ ঘোষণা। ইতিহাসত প্ৰথমবাৰৰ বাবে উৰিছে ৰঙা পতাকা। শনিবাৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইয়ে ছুলেমানীৰ পৰিয়ালক সাক্ষাৎ …

মানকাচৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত জব্দ নিচাজাতীয় দ্ৰব্য সহ ভাৰতীয় মুদ্ৰা

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৪ জানুৱাৰীঃ শুকুৰবাৰৰ নিশা মানকাচৰৰ ভাটিৰগ্ৰামৰ পৰা মানকাচৰ থানাৰ আৰক্ষী আৰু ৬ নং বি এছ এফৰ দল যুটীয়া অভিযান। অভিযানত এজন লোকৰ ঘৰৰ পৰা য়াভা নামৰ নিচাজাতীয় দ্ৰব্যৰ ৫৪০০ টা জব্দ কৰে । ইয়াৰোপৰি ঘৰটোৰ পৰা নগদ …

“কা”ৰ সমৰ্থনত মিছডকল দিবলৈ আহ্বান ৰঞ্জিত দাসৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৪ জানুৱাৰী : ৰাজ্যৰ চৌপাশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে বিজেপিয়ে আইনখনৰ সমৰ্থনত মিছড কল সেৱা মুকলি কৰে। শনিবাৰে ‘কা’ বিৰোধী আন্দোলনৰ বিৰুদ্ধে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰি ৬০ হাজাৰ লোকৰ সমাবেশেৰে খানাপাৰা …

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীৰ গুলীত নিহত যুৱক : গুৰুত্বৰভাৱে আহত ৩

ধুবুৰী, সংবাদ ৩৬৫, ৪ জানুৱাৰী : ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাহামায়া চৰত আৰক্ষীৰ গুলীত নুৰুজ্জামাল শ্বেখ নামৰ এগৰাকী যুৱক নিহত হয় । আনহাতে তিনি গৰাকীকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত কেইগৰাকীৰ নাম ক্ৰমে পাহচান আলী, আলম আলী আৰু দুলাল শ্বেখ। …

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জানুৱাৰী : মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দুৰ্ঘটনাগ্ৰস্ত । যোৰহাটত দুৰ্ঘটনাত পতিত হয় বিধায়ক গৰাকী। মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বিধায়কগৰাকী। যোৰহাট অভিমুখী এখন ৱাগ’নাৰৰ লগত বিধায়কগৰাকীৰ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বিধায়কগৰাকী। …

শৃংখল চলিহাৰ জামিনৰ বাবে আবেদন অধিবক্তা উপমন্যু হাজৰিকাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৩ জানুৱাৰী : শৃংখল চলিহাৰ জামিনৰ বাবে আবেদন । জামিনৰ বাবে আবেদন দাখিল কৰে অধিবক্তা উপমন্যু হাজৰিকাই । ৯ জানুৱাৰীত আবেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ …

ভাৰত এৰি বাংলাদেশত উপস্থিত ৪৪৫ জন বাংলাদেশী – এই তথ্য প্ৰকাশ বিজিবিৰ সঞ্চালক চাফিনুল ইছলামৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ জানুৱাৰী : সমগ্ৰ দেশত অব্যাহত আছে “কা”বিৰোধী প্ৰতিবাদ। প্ৰতিদিনেই অব্যাহত আছে এই সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ । এনে প্ৰতিবাদৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰে বাংলাদেশীৰ বিজিবিৰ সঞ্চালক চাফিনুল ইছলামে। এন আৰ চিৰ ভয়তে …

“ৰাইজৰ মাজলৈ আহক, অকল টুইট দিলেই নহ’ব” – ৰিপুন বৰা

গুৱাহাটী, সংবাদ ৩৬৫, ৩ জানুৱাৰী : “কা”ৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পদযাত্ৰা। প্ৰশাসনে দলটোক আৰু আগবাঢ়িবলৈ নিদিয়াৰ বাবে গুৱাহাটী ক্লাব ৰটাৰীতে সমাপ্ত কৰে পদযাত্ৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হয় এই পদযাত্ৰা। ৰিপুন …

এতিয়া আৰু আন্দোলন কৰি লাভ নাই : “কা” আইনত পৰিণত হ’ল – নোমল মমিন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জানুৱাৰী : কাৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিবাদ। ছাত্ৰ সমাজ , বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী, শিল্পী সমাজে সকলোৱে নিজ নিজ কাৰ্যসূচীৰে অব্যাহত ৰাখিছে কা বিৰোধী প্ৰতিবাদ। সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ সাব্যস্ত …