কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ নতুন ভৱনৰ কাৰ্য্যালয় উদ্ধোধন বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ
কলগাছিয়া, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী : শুকুৰবাৰে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্ধোধন কৰে বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই। মহকুমা সাংবাদিক সংস্থাৰ ভৱন উদ্ধোধন উপলক্ষে এখন সম্বৰ্ধনা সভাৰো আয়োজন কৰা হয়। সন্থাৰ সভাপতি আলহাজ আব্দুল …