চালকৰূপী হেণ্ডিমেনৰ বাবেই চিটি বাছৰ মুখামুখী সংঘৰ্ষ
গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : মহানগৰীত চিটি বাছ চালকৰ উদণ্ড ৰূপ। চালকৰ ঠাইত হেণ্ডিমেন। বশিষ্ঠৰ গণেশ নগৰ তিনিআলিত চিটি বাছৰ মুখামুখি সংঘৰ্ষ। এ এছ ০১ জিচি ৯১৪৮ নম্বৰৰ যুৱৰাজ আৰু এ এছ ০১ জিচি ০৭৫৭ নম্বৰৰ জামিলা নামৰ বাছদুখনৰ …