কাৰ বাতিলৰ দাবীত ৰং-তুলিকা কবিতাৰে প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা গুৱাহাটী আৰ্টিষ্ট গিল্ড অসম চাৰু কাৰু কলা পৰিষদ দৃশ্যকলা শিল্পী সন্থা, অসমে গুৱাহাটী মহানগৰীৰ লতাশিলত “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শিল্পী সমাজ, সাহিত্যিক সমাজে । …

আগন্তুক ৫ দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত হ’ব পাৰে বৰষুণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : আগন্তুক ৫ দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত হ’ব পাৰে বৰষুণ । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক ৫ দিনত সমগ্ৰ উত্তৰ-পূবত হ’ব বৰষুণ। গুৱাহাটী মহানগৰীত মঙলবাৰে সৰ্বনিম্ন তাপমাত্ৰা হৈছে ১১ …

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ হিতেশ দেৱ শৰ্মাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱ শৰ্মাই । প্ৰতীক হাজেলাৰ বদলিৰ পাছতেই হিতেশ শৰ্মাক দায়িত্ব দিয়া হৈছিল । দায়িত্বভাৰ গ্ৰহণ কৰি শৰ্মাৰ মন্তব্য ” আইনৰ প্ৰতি আৰু অসমবাসীৰ ওচৰত …

কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত প্ৰতিবাদ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত আছে দেশজুৰি প্ৰতিবাদ । মঙলবাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত পুৱা ১১ বজাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড়ৰ চৌকিডিঙিত কাৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ। লক্ষাধিক …

৪৬ খন আসনেৰে আগবাঢ়ি আছে কংগ্ৰেছ-জেএমএম মিত্ৰজোঁট : বিজেপি আগবাঢ়ি আছে ২৪ খন আসনেৰে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ঝাৰখণ্ডৰ বিধানসভাৰ ভোটগণনা । মুঠ ৮১ টা সমষ্টিৰ গণনা কৰা হৈছে ভোট। ভোটগণনা কেন্দ্ৰত কৰা হৈছে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা। বাতৰি লিখা পৰলৈকে ৪৬ খন আসনেৰে আগবাঢ়ি …

ক’লা বেজ পৰিধান কৰি পৰীক্ষাত বহিল গুৱাহাটী বিশ্ব বিদ্যালয়ৰ শিক্ষার্থী

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদৰ মাজেৰেই পৰীক্ষাত বহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। পৰীক্ষাৰ মাজেৰেই প্ৰতিবাদী কাৰ্যসূচী চলাই নিবলৈ পৰীক্ষা দিবলৈ আহোঁতে কলা বেজ পৰিধান কৰি আহিল শিক্ষাৰ্থী। অৰ্থাৎ পৰীক্ষাটো বহিম …

ইণ্টাৰনেত সেৱা বন্ধ : বিশ্ব ৰেকৰ্ড ভাৰতৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : আন্তর্জাতিক সংস্থা ‘এক্সেচ নাও’ৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২০১২ চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে মুঠ ৩৭৩ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । ২০১৮ বৰ্ষত ভাৰতৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেট সেৱা বন্ধ কৰি …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ চতুৰ্থ মেচ ডে মন্টফ’ৰ্ট, জিচিএফচি, পেগাছাছৰ জয়

গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : তিনিটা বয়স গোটত চাৰিশতকৈও অধিক কণ কণ শিশু ফুটবলাৰৰ অংশগ্ৰহণৰে দেওবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অসমৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ …

অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে দিবলৈ কেন্দ্ৰক অনুৰোধ জনাব চৰকাৰে : ৭ ব’হাগত সতী সাধনীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বন্ধৰ ঘোষণা চৰকাৰৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল হৈ থকাৰ সময়তে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি সংবিধানৰ ৩৪৫ নং অনুচ্ছেদক সংশোধন কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ …

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই কৰ্তন কৰা হ’ল এন এছ জি – প্ৰফুল্ল কুমাৰ মহন্ত

গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : শনিবাৰে কৰ্তন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ এনএছজি নিৰাপত্তা ব্যৱস্থা। ইয়াৰ পাছতেই এখন সংবাদমেল অনুষ্ঠিত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত এন এছ জি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কাৰ …