“গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ বাবেই আমাক প্ৰশাসনে মুকলি কৰি দিবলৈ বাধ্য হৈছে” – আছু
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : কা”ৰ বিৰুদ্ধে আছুৰ উদ্যোগত ৩০ টা সংগঠনৰ গণ সত্যাগ্ৰহ। গণসত্যাগ্ৰহ কাৰ্যসূচীৰ পৰা আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসহ আছুৰ উপদেষ্টা আৰু সম্পাদক সমুজ্জল ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈক। লতাশিলৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয়লৈ যাওঁতেই আটক কৰে আৰক্ষীয়ে। সোমবাৰৰ …