ক্ৰমাৎ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি : শিথিল কৰা হৈছে সান্ধ্য আইন

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : কেবৰ বিৰুদ্ধে হৈ থকা উত্তপ্ত পৰিস্থিতিৰ পাছতে ৰাজ্যৰ লগৱে ক্ৰমাৎ স্বাভাৱিক হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল হৈছে ফেৰী সেৱা। চলাচল হৈছে …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ গণ অনশন

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গণ অনশন। হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল’গানত উত্তাল চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ। বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ …

মহানগৰীৰ বিভিন্ন প্ৰান্তত কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত

গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : মহানগৰীত সান্ধ্য আইন, সেনাৰ ফ্লেগ মাৰ্চ তাৰ পিছতো অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীবাসী প্ৰতিবাদ। হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী সমদলৰ লগতে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত মহানগৰবাসীৰ। বুধবাৰে …

ৰঙিয়াত পথৰ ওপৰত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

ৰঙিয়া, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : ৰাজ্যত অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। ৰঙিয়াবাসী ৰাইজে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰত টায়াৰ জ্বলাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লাঠিচালনা। যোৱা ৯ ডিচেম্বৰত লোকসভাত …

গুৱাহাটী মহানগৰীত সান্ধ্য আইন জাৰি

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে মহানগৰীত সান্ধ্য আইন জাৰি। সন্ধিয়া ৬.১৫ বজাৰ পৰা কালিলৈ পুৱালৈকে জাৰি কৰা হৈছে কাৰ্ফিউ। গাড়ীত অগ্নিসংযোগ কৰাৰ পৰা আদি কৰি বিভিন্ন চাইন বোৰ্ড ফালি জ্বলাই দিয়া আদি বিক্ষিপ্ত ঘটনা …

কেবৰ বিৰোধীতাৰে ৰাজ্যত ভয়াবহ পৰিস্থিতি : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা, কন্দুৱা গেছ, পানী হিলৈ নিক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : কেবৰ বিৰোধীতাৰে ৰাজ্যত ভয়াবহ পৰিস্থিতি । গুৱাহাটী মহানগৰীতো ক্ৰমাৎ অধিক বেয়ালৈ গৈছে পৰিস্থিতি। জনতা ভৱনৰ সন্মুখত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বাতৰি লিখা পৰলৈকে হৈ আছে প্ৰতিবাদ। কেইবাবাৰো আটক কৰা হৈছে প্ৰতিবাদকাৰীক। প্ৰতিবাদ কাৰীৰ মাজলৈ …

দুদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব ইণ্টাৰনেট সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বন্ধ কৰা হব ইন্টাৰনেট সেৱা । সম্পূৰ্ণ দুই দিনৰ বাবে ইণ্টাৰনেট সেৱা বাতিল হ’ব অসমত। উল্লেখ কৰি পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিভিন্ন …

ঠায়ে ঠায়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে উৰুৱালে পতাকা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ই উৰুৱালে সংগঠনৰ পতাকা। যিসময়ত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব কেবৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে সেই সময়তে সম্পূৰ্ণ নীৰৱ …

কেবৰ বিৰোধীতাৰে মুম্বাইৰ জুহু বিচ্চত প্ৰতিবাদ এগৰাকী অসমীয়া যুৱকৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ । যিয়ে যেনেকৈ পাৰে সকলোৱে বেলেগ বেলেগ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিতৰ্কিত বিধেয়কখনৰ বিৰোধীতাৰে। সকলোৰে লক্ষ্য এই বিতৰ্কিত বিধেয়ক খন বাতিল হব লাগে। মুম্বাইৰ …

লোকসভাত গৃহীত হ’ল বিতৰ্কত বিধেয়কখন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : অসমীয়া জাতিৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই লোকসভাত গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত বিধেয়কখনৰ বিপক্ষে ৮০ টা ভোট পৰাৰ বিপৰীতে সপক্ষত ভোট পৰে ৩১১টা ভোট । ইফালে শিৱসেনা আৰু জে ডি ইউয়ে …