কা” বিৰোধী আন্দোলনত এইবাৰ নামি পৰিছে নাৰী শক্তি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ : “কা” বিৰোধী আন্দোলনত এইবাৰ নামি পৰিল নাৰী শক্তি। লতাশিলত সহস্ৰাধিক নাৰীয়ে দিনৰ ১১ বজাৰে পৰা আৰম্ভ কৰিলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ। বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লো গানেৰে উত্তাল কৰি তোলে লতাশিলৰ বাকৰি। ইফালে …

কা “বিৰোধী আন্দোলনত জ্বলিছে উত্তৰ প্ৰদেশ : নিহত ৯

নেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ : “কা “বিৰোধী আৰু এন আৰ চিৰ বিৰুদ্ধে জ্বলিছে উত্তৰ প্ৰদেশ। প্ৰতিবাদৰ নামত সংঘটিত হৈছে হিংসাত্মক ঘটনা। যাৰ বাবে এতিয়া ৰাজ্যখনৰ প্ৰায় ২১ খন জিলাত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা। ক্ৰমাৎ উত্তাল হৈ পৰিছে …

সংশোধিত নাগৰিকত্ব আইনৰ বাতিলৰ দাবীত ৰাজপথত সদৌ অসম উকীল সন্থা

গুৱাহাটী, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। এইবাৰ প্ৰতিবাদ কৰি গুৱাহাটীত সদৌ অসম উকীল সন্থা কাৰ্য্যালয়ৰ পৰা ৰাজভৱনলৈকে আইনখনৰ বিৰোধীতা কৰি এক প্ৰতিবাদী সমদল বাহিৰ কৰে। বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লো গানেৰে …

আমি বেলেগৰ বাবে কাম নকৰোঁ : আপোনালোকে আমাক সন্দেহ নকৰিব, আঁতৰাই নপঠাব : মুখ্যমন্ত্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : ইণ্টাৰনেট সেৱা উপলদ্ধ হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল । সংবাদ মেলত সৰ্বানন্দ সোণোৱালে কয় যে ৰাইজৰ বাবে কাম কৰিবলৈ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ । আমি বেলেগৰ বাবে কাম নকৰোঁ।আপোনালোকে আমাক সন্দেহ নকৰিব, আঁতৰাই নপঠাব। …

আজিৰে পৰা ৰাজ্যত উপলব্ধ হ’ল ইণ্টাৰনেট সেৱা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : সম্পূৰ্ণ ৯ দিনৰ পাছত ৰাজ্যত উপলব্ধ হ’ল ইণ্টাৰনেট সেৱা। শুকুৰবাৰে পুৱা ৯ বজাৰ পাছতে উপলদ্ধ হয় ইণ্টাৰনেট সেৱা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে কৰা প্ৰতিবাদৰ ফলত ৰাজ্যত হোৱা ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ইণ্টাৰনেটত …

সাহিত্য একাডেমী বঁটাৰ বাবদ পাব লগা ধন জয়শ্ৰী গোস্বামী মহন্তই উচৰ্গা কৰিব “কা”ৰ শ্বহীদৰ নামত

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা প্ৰদান। ‘চাণক্য’ গ্ৰন্থখনৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা। উল্লেখ কৰিব পাৰি যে জয়শ্ৰী গোস্বামীয়ে ২০১৮ চনত পদ্মশ্ৰী …

“কা”ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ : “কা”ৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা আছুৰ। ২১ ডিচেম্বৰত ৰাজ্যৰ প্ৰত্যেক নাৰী শক্তিক লৈ অৱস্থান ধর্মঘট কাৰ্যসূচীৰ আয়োজন আছুৰ। ২৩ ডিচেম্বৰত নাগৰিকসকলক লৈ আছুৰ অৱস্থান ধর্মঘট কাৰ্যসূচী। ২৪ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ গাঁৱে গাঁৱে বিক্ষোভ …

“কা”ৰ বাতিলৰ সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ নিদিলে চুপ্ৰিম কৰ্টে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ : ১৮ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে “কা”ৰ সন্দৰ্ভত চুপ্ৰিম কৰ্টৰ প্ৰথম শুনানি। চুপ্ৰিম কৰ্টে আইনখন বাতিলৰ সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ নিদিলে। ২২ জানুৱাৰীত পুনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব চুপ্ৰিম কৰ্টে।মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া …

হাজোৰ বৰম্বৈত ভয়াবহ অগ্নিকাণ্ড

হাজো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ : কামৰূপ জিলাৰ হাজোৰ বৰম্বৈত মঙলবাৰে নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত বৰম্বৈত ১৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত জাহ যোৱা ১৪খনকৈ ব্যৱসায়িক প্ৰথিষ্ঠানৰ প্ৰায় ৫০ লক্ষাধিক …

গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সন্মূখত বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ গোটে ‘আহোৰাত্ৰ সংগ্ৰাম শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সংশোধিত নাগৰিকত্ব আইন প্ৰত্যাহাৰৰ দাবীত গুৱাহাটী …