তিতাবৰত বেকাজান নদীয়ে চিঙিলে পানীখেতি-বৰহোলা-তিতাবৰ সংযোগী মূলপথ : সমস্যা সমাধানৰ বাবে আহ্বান মুখ্যমন্ত্ৰীলৈ
তিতাবৰ, সংবাদ ৩৬৫, ১১ অক্টোবৰ : উন্নয়নৰ নামত ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই আহিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত উন্নয়নৰ নামত পৰা নাই এচপৰা ইটাও। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যাতায়তৰ নামত অসম নাগালেণ্ড সীমান্তৰ বেকাজানৰ ৰাইজে বাৰুকৈয়ে জ্বলাকলা খাব লগা পৰিস্থিতিৰ সৃষ্টি …