দক্ষিণ কামৰূপৰ এটি আদৰ্শ ভোটকেন্দ্ৰ : পুলিং অফিচাৰৰ পৰা আৰক্ষীলৈ সকলো পৰিচালিত কৰিছে মহিলাই কৰ্মচাৰীয়ে
দক্ষিণ কামৰূপ ,সংবাদ ৩৬৫, ২৩ এপ্ৰিল : কামৰূপ গ্রাম্যৰ পলাশবাৰী সমষ্টিৰ এটি আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ । পলাশবাৰীৰ মিৰ্জা ছোৱালী হাইস্কুলত এইবাৰ পোন প্ৰথম বাৰৰ বাবে চাৰিটা শাখা পৰিচালনা কৰিছে মহিলাই । পিজিডিং,পুলিং অফিচাৰৰ পৰা আৰক্ষীলৈ আটাইবোৰ মহিলা হোৱা বাবে মিৰ্জা …