অসমখন কাশ্মীৰ, পাকিস্তান হবলৈ নিদিওঁ বুলি কোৱা বিজিপিয়ে মাত্ৰ চাৰে তিনি বছৰত ৪ জন বিদেশী খেদিবলৈ সক্ষম হল বুলি চুপ্ৰিম কোৰ্টত দাখিল কৰিছে – অখিল গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : ১৬ এপ্ৰিলৰ বিহুৰ দিনা শিলচৰত বিজেপিৰ নেতা ৰাম মাধৱে ৩১ জুলাইৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হব বুলি কোৱাৰ পাছত উক্ত বিষয়টোৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে বুধবাৰে এখন সংবাদমেলৰ …

ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : বুধবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্য জোকাৰি যায় । প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা । ৰাজ্যত পুনৰ বলিব পাৰে …

ভোটাৰ তালিকাত নাম কৰ্তন : লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ

দৰং, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে দৰঙৰ প্ৰায় পাঁচ শতাধিক ভোটাৰে। স্থায়ীভাৱে বসবাস কৰি অহা গাওঁখনৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে আতংকিত হৈছে ভোটাৰসকল । বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ …

জনীয়া সমষ্টিৰ বিভিন্ন গাওঁত প্ৰচণ্ড ধুমুহাত বিস্থৰ ক্ষতি: নিশা হৈ যোৱা ধুমুহাত আতংকিত গাওঁবাসী

জনীয়া, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : যোৱাৰাতি অৰ্থাৎ ১৬ এপ্ৰিলৰ ৰাতি হৈ যোৱা ধুমুহাৰ ফলত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া, খাৰবালি, আমগুৰি, সুতিৰপথাৰ, জনীয়া আদি কৰি বিভিন্ন গাওঁত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন কৰে। নিশা হৈ যোৱা ধুমুহাত আতংকিত হৈ পৰে …

কোকৰাঝাৰত বিষুৱা উৎসৱৰ সংগতি ৰাখি সৌন্দৰ্য প্ৰতিযোগিতা

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ অসমৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ সমান্তৰালকৈ বি টি এডিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰতো উলহ মালহৰে পালন কৰিছে কোচ ৰাজবংশী জনসাধাৰণ ৰাইজে । যোৱা ৰবিবাৰ পৰাই বৰ্নাট্য কাৰ্যসূচীৰে কোকৰাঝাৰ ৰাস …

ৰহাত ঢোল বজাই নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ : হিমন্তৰ নৃত্যক বাংলাদেশৰ নৃত্য আখ্যা গগৈৰ

নগাঁও, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ হৈ ৰহাত প্ৰচাৰ চলাই বিজেপিক ক্ষুৰধাৰ সমালোচনা তৰুণ গগৈৰ। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় “সৰ্বানন্দ আৰু হিমন্তই অসমৰ দায়িত্ব লোৱাৰ পিছত …

দক্ষিণ কামৰূপৰ মিৰ্জাৰ সোনতলাস্থিত তেল ডিপুত তেলৰ বিপৰীতে ওলাল পানী 

দক্ষিণ কামৰূপ , সংবাদ ৩৬৫, ১৬ এপ্ৰিল : দক্ষিণ কামৰূপৰ মিৰ্জাৰ তেল ডিপোত ঘটিল নজিৰবিহীন ঘটনা । মিৰ্জাৰ সোনতলাস্থিত তেল ডিপুত তেলৰ বিপৰীতে ওলাল পানী । কামাখ্যা চাৰ্ভিচ চেণ্টাৰ নামৰ তেলডিপুত পেট্ৰলৰ বিপৰীতে গ্ৰাহকে পালে পানী । এই অভিযোগ স্বয়ং …

কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা : ভ্ৰূক্ষেপ নাই বিভাগৰ

কালগাছিয়া, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : আছে গৰু নেবায় হাল, থকাতকৈ নাথকাই ভাল। এই আপ্তবাক্য শাৰী এশ শতাংশই খাপ পৰিছে কলগাছিয়াস্থিত বৰপেটা চিভিল হস্পিতালৰ ক্ষেত্ৰত। হস্পিতাল খনত পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ গৰিব-দুখীয়া আৰু অতি সহজ-সৰল বিপদগ্ৰস্হ ৰোগী সকলে চিকিৎসা সেৱা …

নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগিছাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী টোপ : বাগিছাৰ বিদ্যালয়ত পুৱা কল, আপেল, দুপৰীয়া আহাৰ আৰু চুটিৰ সময়ত গাখীৰ, বিস্কুট দিয়াৰ ঘোষণা

নগাঁও, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ মঙ্গলবাৰে বিয়লি অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ । সেয়ে অন্তিম প্ৰচাৰত ব্যস্ত অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী টোপ ৷ বাগিছাৰ …

স্বৰ্গৰ পৰা দেৱী আহি প্ৰচাৰ কৰিলেও ৰক্ষা কৰিব নোৱাৰিব বিজেপিক, ৰাৱণৰ দৰে দশা হ’ব হিমন্তৰ – ৰূপজ্যোতি কুৰ্মী 

মৰিয়নি, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্তপৰিবলৈ মাজত কেইটামান ঘণ্টা বাকী থকা অৱস্থাত তুংগত উঠিছে বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰচাৰে । হিমন্তৰ পলোভন ৰাজনীতিৰ প্ৰত্তুত্যৰ দিলে বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়ে । ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ …