এটা ৰাজহুৱা পুখুৰীত আর্ৱিভাৱ হৈছে ভগৱানৰ

পলাশবাৰী , সংবাদ ৩৬৫, ১৫ মাৰ্চ : এটি ৰাজহুৱা পুখুৰী । পুখুৰীটোলৈ সমাগম ঘটিছে যথেষ্ট সংখ্যক মানুহৰ। সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি,গাখীৰ । কাৰণ এই পুখুৰীটোত মাটি ফুটি ওলাইছে মহাদেৱ বাবা । উক্ত ঘটনাটো হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী খতিয়ামাৰী বাকাৰাপাৰাত। এই …

ভাৰতীয় গণনাট্য সংঘৰ ৭৫ বছৰীয়া প্লেটিনাম জয়ন্তী উদযাপন

গুৱাহাটী, সংবাদ৩৬৫, ১৫ মাৰ্চ : ভাৰতীয় গণনাট্য সংঘৰ ৭৫ বৰ্ষপূৰ্তিত ১৭ মাৰ্চ,২০১৯ তাৰিখ দেওবাৰে দীঘলী পুখুৰীৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰগতিশীল অনুষ্ঠান, প্ৰতিষ্ঠান তথা ব্যক্তিৰ সহযোগত প্লেটিনাম জুবলী সমাৰোহৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে উদযাপন …

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : অসমৰ প্ৰায় ৪০ লাখ অনুসূচীত জাতি লোকৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ্যখনৰ অন্যান্য জাতি- জনগোষ্ঠীসমূহক প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থাৰ দৰেই অনুসূচীত জাতিকো স্বায়ত্ব শাসন ব্যৱস্থাৰ আওতালৈ আনিবলৈ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, …

ৰ’দ হৈ আহা তুমিৰ শুভ মুক্তি

গুৱাহাটী, সংবাদ ৩৬৫ , ১৫ মাৰ্চ : অসমৰ সংস্কৃতি প্ৰেমিক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুক্তি পালে এখন নতুন অসমীয়া ছবিৰ গীতৰ কেছেট ” ৰ’দ হৈ আহা তুমি”। মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱত মুক্তি দিয়া হয় উক্ত ছবিৰ গীতৰ কেছেট। গীত …

সমাগত নিৰ্বাচনত অগপক বৰ্জন কৰক

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত মুছলিম ছাত্ৰ সন্থা,অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁলোকে বিজেপিৰ লগত অগপৰ মিত্ৰতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে কয় যে অগপ দল আঞ্চলিকতাবাদৰ নামত ভেকো-ভাওনা। সমাগত নিৰ্বাচনত অগপক বৰ্জন …

আৰ এছ এছ, মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে অগপৰ ধ্বংস যজ্ঞ পাতিছে : তৰুণ গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : ক্ষমতাৰ বাবে অগপই সুবিধাবাদী ৰাজনীতি কৰিছে। ক্ষমতাৰ স্বাৰ্থত সকলো আদৰ্শ ত্যাগ কৰিছে অগপই। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমাধ্যমৰ আগত গগৈয়ে কয় যে জাতিক প্ৰতাৰণা কৰা এয়াই প্ৰথম। বদনকো চেৰ পেলাইছে অগপৰ তিনি …

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শনৰ সুযোগ প্ৰথম দহ স্থান প্ৰাপ্তৰ ২০১৯ ৰ ফলাফল ঘোষণা

বাইহাটা চাৰিঅালি, সংবাদ৩৬৫ , ১৪ মাৰ্চ ঃ কামৰূপ জিলাৰ বাইহাটা চাৰিঅালিৰ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান ৰামানুজ একাডেমীৰ উদ্যোগত অায়োজিত ৰামানুজ টেলেন্ট হান্ট ২০১৯ পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষনা কৰাৰ লগতে বঁটা সমূহো বিতৰণ কৰা হয় । ঘোষিত ফলাফল অনুসৰি এই পৰীক্ষাত কামৰূপ …

অসম সাহিত্য সভাই বৰডুমছা অধিবেশনত দিয়া প্ৰতিশ্ৰুতি আৰু নিমন্ত্ৰণ ৰক্ষা নকৰিলে

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বাইহাটা চাৰিআলি শাখা সাহিত্য সভা আৰু মদাৰতলা সাদৰী শতদল সাহিত্য সভাই অসম সাহিত্য সভাৰ বৰডুমছা অধিবেশনত দিয়া প্ৰতিশ্ৰুতি আৰু নিমন্ত্ৰণ ৰক্ষা নকৰাত উক্ত বিষয়টোৰ ওপৰত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি গভীৰ দুখ …

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এই তালিকা ২১ জনীয়া প্ৰাৰ্থীৰ

সংবাদ ৩৬৫, ১৪ মাৰ্চ : মহাৰাষ্ট্ৰত ৫ আৰু উত্তৰ প্ৰদেশত ১৬ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। উক্ত তালিকাত কংগ্ৰেছে ললিতেশ পতি ত্ৰিপাঠীক সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজেন্দ্ৰ বিন্দৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইফালে,উত্তৰ প্ৰদেশৰ নাগিনা সমষ্টিত ওমৱতী দেৱী জথাৱ, …

ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে অগপই – উপমন্যু হাজৰিকা

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অগপই ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে এই মন্তব্য এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি দাঙি ধৰে গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই। প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি তেখেতে কয় যে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ প্ৰতিবাদৰ …