তামুলপুৰত সেনা ভাৰতীৰ বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

তামুলপুৰ, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী: তামুলপুৰ মহকুমাৰ কচুবাৰীত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ সহযোগত সত্ৰ বাকৰিত বৃহস্পতিবাৰে ১৬ সংখ্যক ধননত্বৰী সেৱাযাত্ৰাৰ অধীনত সেৱাভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেচনৰ উদ্যোগত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় …

শংকৰ আজানৰ মিলন ভূমিত পৰিণত বগুলা বাবাৰ মাজাৰ

বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ২১ফেব্ৰুৱাৰী: ৰাজ্যত পুলৱামা কাণ্ডক লৈ শোক অব্যাহত থকাৰ সময়তে লোকে লোকাৰণ্য বাইহাটা চাৰিআলিৰ এখন তীৰ্থ ভূমিত। শংকৰ আজানৰ মিলন ভূমিত পৰিনত বাইহাটা চাৰিআলি নিকটৱৰ্তী তথা মান্দাকাটাৰ বগুলা বাবাৰ মাজাৰ। উৰুচ উপলক্ষে …

তামুলপুৰত ছাত্র ছাত্ৰীৰ মৌন সমদল

তামুলপুৰ, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত তামুলপুৰৰ ছাত্র ছাত্ৰীৰ মৌন সমদল । শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ছাত্র ছাত্ৰীসকলে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত মৌন সমদল কাৰ্যসূচী ৰূপায়ন কৰে । পাকিস্তান মূর্দাবাদ …

ভাৰত বিৰোধী মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত মঙ্গলবাৰে নিশা এজনক আটক

খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: পুলৱামা আক্ৰমনৰ পিচতে দেশত ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে কোনো কোনোৱে আকৌ বিৰোধীমূলক মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আটক হয় আৰক্ষীৰ। মংগলবাৰেও ছচিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত এজনক আটক কৰে। আটক হোৱা …

নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমালক্ষডে পুৰকায়স্থ উপস্থিত বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী বাসগৃহত

তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীস্থিত পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত ৰাতিপুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা দল সংগঠনকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ৱবীয়া সকল আহি ছহিদ গৰাকীৰ বাসগৃহত …

হোজাইৰ জয়নগৰত সন্ত্ৰাসবাদ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰিলে সহস্ৰাধিক মাদ্ৰাছা ছাত্ৰই

হোজাইৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশবাসী ক্ষোভিত হৈ থকাৰ সমান্তৰালকৈ মাদ্ৰাছা ছাত্ৰসকলো এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওলাই আহিছে ৰাজপথলৈ। মঙ্গলবাৰে হোজাইৰ ইতিহাসপ্ৰসিদ্ধ জয়নগৰ মাদ্ৰাছাৰ কেবাসহস্ৰাধিক ছাত্ৰই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল কৰি হিন্দুস্থান জিন্দাবাদ,পাকিস্তান মূৰ্দাবাদ,হাফিজ …

বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰৰ বাসগৃহত আজিও ভিৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনৰ নেতা-কৰ্মীৰ:

তামুলপুৰ, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰসবাদীৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা তামুলপুৰ মহকুমা সদৰৰ কলবাৰী গাৱৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে সমগ্ৰ তামুলপুৰ মহকুমাবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে। …

ৰাজ্যজুৰী কলা দিৱস পালন আমছুৰ: নেলীত সংঘটিত হোৱা গণহত্যাৰ ন্যায় প্ৰাপ্তিৰ দাবীত কলা বেজ পৰিধান কৰি আমছুৰ প্ৰতিবাদ

খাৰুপেটীয়া, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: ইতিহাসৰ কলা অধ্যায় হিচাপে চিহ্নিত হোৱা ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী দিনটোত বিদেশী খেদা আন্দোলনৰ নামত হত্যা কৰা হৈছিল কেইবা সহশ্ৰাধিক লোকক। তেতিয়াৰ নগাঁও জিলাৰ (বৰ্তমানৰ মৰিগাঁও জিলাৰ) নেলী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ নিৰীহ সংখ্যালঘু সম্প্ৰদায়ৰ …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আকৰ্ষণীয় ৰূপত খিতাপৰ যুঁজ: শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা অসমৰ সৰ্বপ্ৰথম বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দেওবাৰে ষষ্ঠ মেচ ডে’ত মুঠ ৬৮টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰে ৷ পাঁচোটা …

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ডাউ ডাউকৈ জ্বলিল মালবাহী ট্ৰাক

বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ১৭ফেব্ৰুৱাৰী: বাইহাটাৰ কেন্দুকোনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জ্বলিল এখন মালবাহী ট্ৰাক । দ্ৰুতবেগী মালবাহী ট্ৰাক এখনে বাইক এখন মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা …