শিমলাগুৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আক্ৰাছুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ
বৰপেটা, সংবাদ ৩৬৫, ৪ জানুৱাৰী: নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনকামী চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব কিন্তু চৰকাৰ গঠনৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি পালন নকৰিলে। তাৰ প্ৰতিবাদতে আক্ৰাছুৱে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ …