ডিগবৈত শিল ব্যৱসায়ী অপূৰ্ব বৰাক অপহৰণ: অপূৰ্বৰ মুক্তিৰ দাবীত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ
ডিগবৈ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: সোমবাৰে তিনিচুকীয়া জিলাৰ জাগুন থানাৰ অন্তৰ্গত জাগুন ১০ মাইলৰ শিল কুৱৰিৰ পৰা শিল ব্যৱসায়ী বিজয় বৰাৰ মেনেজাৰ অপূৰ্ব কাকতিক কোনো দুৰ্বৃত্তই অপহৰণ কৰে। ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰোতা অপূৰ্ব। ডিগবৈ ৰামনগৰৰ নিবাসী অঞ্জন …