নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত গোৰ্খা ছাত্ৰ সন্থাৰ জোঁৰ সমদল
তামুলপুৰ, সংবাদ ৩৬৫, ২৪ জানুৱাৰী: জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে তামুলপুৰ মহকুমাটো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। বৃহস্পতিবাৰে সন্ধিয়া বাক্সা জিলাৰ গোৰ্খা ছাত্ৰ সন্থাই কুমাৰীকাটাত বিশাল …