গৌৰীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ অসম মিঞা শ্ৰমিক পৰিষদৰ
গৌৰীপুৰৰ পৰা আব্দুল কালাম, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ: জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষকে ধৰি দুৰ্নীতিত লিপ্ত গৌতম কনষ্ট্ৰাকছন। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আঙ্গাৰকাটাৰ পৰা গৌৰীপুৰ লৈ যোৱা পথছোৱাৰ কামত গৌতম কনষ্ট্ৰাকছনৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ অসম মিঞা শ্রমিক পৰিষদৰ। …