জটিল ৰোগত অাক্ৰান্ত নাট্য শিল্পী নিৰ্মালী কোৱৰ গগৈ: অাৰ্থিকভাৱে সহায় কৰাৰ মানসেৰে ডুমডুমাৰ অনামে অায়োজন কৰিছে নাট্য ৰজনী

কাকপথাৰ, সংবাদ ৩৬৫, ২৩ অাগষ্ট: এসময়ত শদিয়াৰ পৰা ধুবুৰীলৈ নাট্য জগতত বলিষ্ঠ অভিনয়েৰে প্ৰশংসা বুটলি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা তিনিচুকীয়া জিলাৰ চাহ নগৰীৰ ডুমডুমা অঞ্চলৰ নাট্য জগতৰ চিনাকী নাম নিৰ্মালী কোঁৱৰ গগৈ। অভিনেত্ৰী নিৰ্মালী কোঁৱৰ গগৈ সম্প্ৰতি দুৰাৰোগ্য ৰোগত …

ডুমডুমা নগৰত স্বচ্ছ ভাৰত অভিযান মিশ্যনৰ অসাৰ প্ৰতিপন্ন

ডুমডুমা, সংবাদ ৩৬৫, ২৩ আগষ্ট: নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্যৰে ভাৰত বৰ্ষক এখন স্বচ্ছ নিকা দেশ হিচাপে পৰিগণিত কৰিব খোজা অভিযানৰ অষাৰ প্ৰতিপন্ন ঘটে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ। জিলা খনৰ ডুমডুমা নগৰৰ ৰাজহুৱা স্থান সমূহত পেলোৱা গেলা পঁচা আৱৰ্জনাময় …

অসম-অৰুণাচল সীমান্তৰ চৰাইপুঙত চিকিৎসকৰ অবিহনে চলিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

চৰাইদেউ, সংবাদ ৩৬৫, ২৩ আগষ্ট: ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণালী গাওঁ পঞ্চায়তত অৱস্থিত ১০৬ নং সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ এলেকাত অৱস্থিত চৰাইপুং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অবিহনে চলিছে প্ৰাথমিক স্বাস্থ্য …

অটল বিহাৰী বাজপেয়ীৰ চিতাভষ্ম লৈ গুৱাহাটীত উপস্থিত হ’ল বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

গুৱাহাটী, সংবাদ ৩৬৫, ২২ আগষ্ট: বুধবাৰে গুৱাহাটীত উপস্থিত হল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভষ্ম লৈ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পৰা বৰঝাৰ বিমানবন্দৰত গ্ৰহণ কৰে প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী …

আজি পবিত্ৰ ঈদ: সমগ্ৰ দেশজুৰি উলহ মালহেৰে পালন কৰা হল ঐক্য সংহতিৰ পবিত্ৰ ঈদ- উড-জোহা: প্রান্তে প্রান্তে ইছলাম ধৰ্মাৱলম্বীৰ উচাহ

শিৱসাগৰৰ টাই যাদুঘৰ মৃতপ্ৰায় অৱস্থাত পৰিণত

শিৱসাগৰ, সংবাদ ৩৬৫, ২২ আগষ্ট: ছশ বছৰীয়া আহোম ৰাজবংশৰ টাই যাদুঘৰ বৰ্তমান মৃতপ্ৰায় অৱস্থাত। শিৱসাগৰ নগৰীৰ মাজ -মজীয়াতে থকা আহোম ৰাজবংশৰ ১৯৯২ চনতে নিৰ্মাণ কৰি উলিওৱা বহু উত্থান পতনৰ সাক্ষী টাই যাদুঘৰৰ ভিতৰলৈ সোমালেই উমান পোৱা যায় চৰকাৰী ধনেৰে পোষ্য …

প্ৰাচীন ডিমৰীয়া ৰাজ্যৰ ধূপগুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী বুঢ়া মালগোসাঁই পূজা উৎসৱৰ আয়োজন

ডিমৰীয়া, সংবাদ ৩৬৫, ২২ আগষ্ট: বিভিন্ন জাতি জনগোষ্ঠীৰ উদ্যোগত প্ৰতি ৫ বছৰৰ মূৰে মূৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী বুঢ়া মালগোসাঁই পূজা উৎসৱ। ডিমৰীয়া ৰাজ্যৰ ধূপগুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰত অন্যবাৰৰ দৰে এইবেলিও ৭ দিনীয়াকৈ আয়োজন কৰা হব ঐতিহ্য মণ্ডিত …

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সহযোগত বগীনদীত

লক্ষীমপুৰ, সংবাদ ৩৬৫, ২২ আগষ্ট: লক্ষীমপুৰৰ আগছুৰ গোর্খা ভৱনত বুধবাৰে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সহযোগত এন আৰ চি বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্তব্য কৰে যে যোৱা ৩০ জুলাইত প্ৰকাশিত …

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰংঙামাটিৰ ৰামপাৰাত মাতৃয়ে হত্যা কৰিলে নিজ সন্তানক: প্ৰথমে হত্যা তাৰ পাছত আত্মহত্যা মাতৃৰ

পলাশবাৰী, সংবাদ ৩৬৫, ২২ আগষ্ট: দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰংঙামাটিৰ ৰামপাৰাত এগৰাকী মাতৃয়ে নিজৰ ৪ বছৰীয়া সন্তানক ডিঙি চেপি হত্যা কৰি পিছত চিপ লগাই মাতৃৰো আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মংগলবাৰে নিশা মাতৃ দিপ্তী …

পবিত্ৰ ঈদ উপলক্ষে এবিএমছুৰ বস্ত্ৰ বিতৰণ গোঁসাইগাঁওত

গোঁসাইগাঁও, সংবাদ ৩৬৫, ২১ আগষ্ট: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু’ৰ গোসাঁইগাওঁ জিলা সমিতিৰ অন্তৰ্গত ভোমৰাবিল আঞ্চলিক সমিতিয়ে আগন্তুক পৱিত্ৰ ঈদুল আজহাৰ প্ৰাকক্ষনত অতিকৈ দুখীয়া তথা বিধৱা মহিলাসকলক কাপোৰ বিতৰণ কৰে। এবিএমছু’ৰ মিশ্যন ২০২০ক অনুসৰণ কৰি আৰু আগন্তুক মুছলমান …