গান গাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ ছাত্ৰৰ

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যবাসীয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শনিবাৰে নলবাৰী জিলাৰ বালিকৰিয়াৰ এজন ছাত্ৰই পথৰ ওপৰত গান গাই নাগৰিকত্ব সংশোধনী …

ক্ষেত্ৰীৰ তেতেলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

ক্ষেত্ৰীৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৫,২ জুনঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াৰ ৰজাখাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে জাগীৰোডৰ পৰা গুৱাহাটী অভিমূখে আহি থকা এএছ-০১-ডিপি-৪১৯৫ নম্বৰৰ এখন তীব্ৰ বেগী মাৰুতি ছুজুকি বেলেনো …

ক্ষেত্ৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক শীঘ্ৰেই নিলম্বনৰ দাবী ডিমৰীয়াৰ কেইবাটাও দল সংগঠনৰ

সোণাপুৰৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৪৫, ২ জুনঃ ক্ষেত্ৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ নাথৰ দুৰ্নীতিয়ে সকলো সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰি ডিমৰীয়াৰ কেইবাটাও দল সংগঠনে অতি শীঘ্ৰে আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথক নিলম্বনৰ দাবী জনাইছে। ডিমৰীয়া আঞ্চলিক ছাত্ৰ …

ক্ৰিকেটাৰ গৌতম গম্ভীৰে শৈক্ষিক দায়িত্ব ল’লে শ্বহীদৰ সন্তানৰ

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২ জুনঃ ভাৰতীয় ক্ৰিকেট দলৰ এজন বহু প্ৰতিভাশালী খেলুৱৈ গৌতম গম্ভীৰে দায়িত্ব ল’লে শ্বহীদ সন্তানৰ। দেশক ভালপোৱাৰ বিশেষ চানেকী দাঙি ধৰিলে ভাৰতীয় দলৰ এই ক্ৰিকেটাৰ গৰাকীয়ে। ২০১৬ চনৰ ৪ জুলাইত পলাশবাৰীৰ সতপুৰৰ নিবাসী চিআৰপিএফ …

গান্ধীবাৰীত কৃষক মুক্তিৰ প্ৰতিবাদী সমদল

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামুলপুৰ মহকুমাৰ অন্তৰ্গত গান্ধীবাৰীত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে ফেষ্টুন, বেনাৰ লৈ জাতিধ্বংসী বিধেয়খন বাতিল কৰক, এই …

পিতৃ মাতৃ ত্যাগ আৰু কষ্টক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি সফলতা লাভ কৰিলে হিমাক্ষীয়ে

হোজাই, সংবাদ ৩৬৫, ২ জুনঃ আত্মবিশ্বাস থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰাচীৰ হব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰীয়ে।উৰুখা পজাৰ পৰাই ছাত্ৰী গৰাকীয়ে সপোন দেখিছিল সফলতা অৰ্জনৰ আৰু আৰ্থিক দৈন্যতা নেওচি আজি সেই সপোন …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিতাবৰত সহস্ৰাধিক লোকৰ বিশাল জোৰ সমদল

তিতাবৰ, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শুক্ৰবাৰে সন্ধিয়া তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত তিতাবৰ বিভিন্ন …

নাজিৰা মহকুমাত কেৰিয়াৰ আৰু জীৱন শৈলী সম্পৰ্কীয় কৰ্মশালা

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১ জুনঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বানিজ্য শাখাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলৰ সুবিধাৰ্থে নাজিৰা মহকুমা প্ৰশাসনে স্থানীয় গড়গাওঁ‌ মহাবিদ্যালয়ত অহা ইংৰাজী ১০ জুন তাৰিখে দিনৰ ৯-৩০ বজাৰ পৰা অনুস্থিত কৰিব কেৰিয়াৰ আৰু জীৱন শৈলী …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭ জুনৰ পৰা অসম গণ পৰিষদৰ শঙ্খনাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আহ ৭ জুনৰ পৰা ৰাজ্য চৰকাৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি ৰূপায়ন কৰিব শঙ্খনাদ। অহা ৭ জুনত বঙাইগাঁও জিলাৰ পৰা অসম …

বঙাইগাঁৱৰ ফলৰ বজাৰত জিলা প্ৰশাসন আৰু খাদ্য বিভাগৰ অভিযান

বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, সংবাদ ৩৬৫, ১ জুনঃ বঙাইগাঁও জিলাৰ পাগলাস্থানস্থিত ফলৰ বজাৰত জিলা প্ৰশাসন আৰু অসামৰিক যোগান আৰু খাদ্য বিভাগৰ এটি দলে অভিযান চলায়। পাগলাস্থান ফলৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে আপেল, আম, কলকে ধৰি বিভিন্ন ফলত ৰাসায়নিক দ্ৰব্য …