নেপালত বিমান দুৰ্ঘটনাত নিহত ৩৮ জন
কাঠমাণ্ডু, সংবাদ ৩৬৫, ১২ মাৰ্চ: নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে দুপৰীয়া ইউএছ বাংলাদেশ অভিমুখী এখন যাত্ৰীবাহী বিমান দুর্ঘটনাগ্ৰস্ত হয়। দুর্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬৭ গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে বৰ্তমানপৰ্যন্ত ৩৮ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৮ গৰাকী যাত্ৰী …